বিভাগটোৱে জল সংৰক্ষণ আৰু গ্ৰাম্য আন্তঃগাথনি উন্নয়ন পুঁজি আঁচনিৰ অধীনত ভূমি স্খলনৰ মোকাবিলা কৰিবলৈও লৈছে। গ্ৰাম্য আন্তঃগাথনি উন্নয়ন পুঁজি-XIX আঁচনিৰ অধীনত ২০১৬-১৭ বৰ্ষত ১২টা প্ৰকল্প সম্পূৰ্ণ কৰা হৈছে। গ্ৰাম্য আন্তঃগাথনি উন্নয়ন পুঁজি-XX আঁচনিৰ বাবে ৫০০.০০ লাখ টকাৰ প্ৰশাসনিক অনুমোদন পোৱা হৈছে আৰু ই-টেণ্ডাৰিং প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। গ্ৰাম্য আন্তঃগাথনি উন্নয়ন পুঁজি-XXI আঁচনিৰ বাবে ৩৭২৩.৩৮ লাখ টকাৰ প্ৰশাসিনক অনুমোদনৰ কাম আগবাঢ়ি আছে। গ্ৰাম্য আন্তঃগাথনি উন্নয়ন পুঁজি-XXII আঁচনিৰ ৩৪ টা প্ৰকল্পৰ বাবে ৩০০০.০০ লাখ টকাৰ প্ৰস্তাৱ চৰকাৰৰ ওচৰত দাখিল কৰা হৈছে।
Title | Size | Detail |
---|---|---|
Title Size Detail Status Report of RIDF- 1 | 74.63 KB | |
Status Report of RIDF- 2 | 91.9 KB | |
Status Report of RIDF- 3 | 77.12 KB |