মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ ভূমি সংৰক্ষণ ভূমি সংৰক্ষ সঞ্চালকালয়

জল সংৰক্ষণ

জল সংৰক্ষণৰ বাবে পুখুৰী

 ধান খেতি, অৰ্কিডৰ বাগিচা আৰু খেতি-বাতিত আবতৰত পানী যোগাবলৈ পুখুৰী খন্দি জল সংৰক্ষণ কৰা হয়।

 বাৰিষা ঘৰৰ ছালৰ পৰা পানী ধৰি লৈ সংৰক্ষণ কৰিবলৈ ভূমি সংৰক্ষণ বিভাগে পৰামৰ্শ দিয়ে।