মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ ভূমি সংৰক্ষণ ভূমি সংৰক্ষ সঞ্চালকালয়

ভূমি উন্নীতকৰণ
  • নলা খান্দি জলাহ ভূমি উন্নয়নঃ-

    পানী বন্ধ হৈ কোনো ধৰণৰ উন্নয়ন মূলক কামৰ বাবে অযোগ্য ভাগক উপযুক্তভাৱে জলাহ ভূমিয়েদি নলা খান্দি পানীখিনি উলিয়াই নি ওচৰৰ নৈ বা জানত পেলাই দি ভূখণ্ড ব্যৱহাৰৰ উপযোগী কৰি তুলিব লাগে।

  • সৰু পাহাৰ বা টিলা কাটি মাটি সমান কৰাঃ-

    সৰু পাহাৰ বা টিলা কাটি মাটি খিনি সমান কৰাৰ লগতে ইপোমিয়া বা পানী মেটেকা জাতীয় জঙ্ঘল বিলাক হাতেৰে বা জঙ্ঘল মাৰা ঔষধেৰে নাশ কৰি মাটি খিনি ব্যৱহাৰৰ যোগ্য কৰি তুলিব পাৰি।

Downloads
TitleSizeDetail
Administrative Approval and Financial Sanction in respect of Land Reclamation371.28 KBswf-image