মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ ভূমি সংৰক্ষণ ভূমি সংৰক্ষ সঞ্চালকালয়

নলা খান্দি পানী বিতৰণ

বাৰ মাহে পানী উপচি থকা খালৰ পৰা নলা খান্দি পানী ধান খেতিলৈ নিব পাৰি। কেতিয়াবা কোনো চৌবাচ্চাত পানী জমা কৰি জলসিঞ্চনৰ উদ্দেশ্য নলা খান্দি পানী বোৱা নিয়া হয়।