মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ ভূমি সংৰক্ষণ ভূমি সংৰক্ষ সঞ্চালকালয়

পানীৰ লোৰৰ নিয়ন্ত্ৰণ

নৰ্দমাৰ খহনীয়াই হৈছে ৰাজ্যখনৰ বাবে প্ৰধান খহনীয়াৰ সমস্যা, যিটোৱে বাৰ্ষিক ৩০০০ হেক্টৰ কৃষি ভূমি নষ্ট কৰে। ভূমি ভাগৰ ওপৰেদি পানী বাগৰি আহি থাকি নৰ্দমাৰ সৃষ্টি কৰি প্ৰথমে খহনীয়া আৰু অৱশেষত সাৰুৱা মাটিৰ উপৰিখণ্ডত বুজন পৰিমাণৰ ক্ষতি কৰে। পানী বাগৰি হোৱা তেনেকুৱা লোৰৰ মুখ আৰু ঠাল ঠেঙুলি বিলাক বন্ধ কৰিবলৈ বুলি তাৰে মূৰত ভেটা দিয়া হয় যাতে শস্য গজা প্ৰধান ঠাই খিনি পানীৰে সেমেকাই ৰাখি অধিক শস্য উত্পাদনত সহায়ক হয়।