মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ ভূমি সংৰক্ষণ ভূমি সংৰক্ষ সঞ্চালকালয়

গ্ৰাম্য আন্তঃগাথনি উন্নয়ন পুঁজি

বিভাগটোৱে জল সংৰক্ষণ আৰু গ্ৰাম্য আন্তঃগাথনি উন্নয়ন পুঁজি আঁচনিৰ অধীনত ভূমি স্খলনৰ মোকাবিলা কৰিবলৈও লৈছে। গ্ৰাম্য আন্তঃগাথনি উন্নয়ন পুঁজি-XIX আঁচনিৰ অধীনত ২০১৬-১৭ বৰ্ষত ১২টা প্ৰকল্প সম্পূৰ্ণ কৰা হৈছে। গ্ৰাম্য আন্তঃগাথনি উন্নয়ন পুঁজি-XX আঁচনিৰ বাবে ৫০০.০০ লাখ টকাৰ প্ৰশাসনিক অনুমোদন পোৱা হৈছে আৰু ই-টেণ্ডাৰিং প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। গ্ৰাম্য আন্তঃগাথনি উন্নয়ন পুঁজি-XXI আঁচনিৰ বাবে ৩৭২৩.৩৮ লাখ টকাৰ প্ৰশাসিনক অনুমোদনৰ কাম আগবাঢ়ি আছে। গ্ৰাম্য আন্তঃগাথনি উন্নয়ন পুঁজি-XXII আঁচনিৰ ৩৪ টা প্ৰকল্পৰ বাবে ৩০০০.০০ লাখ টকাৰ প্ৰস্তাৱ চৰকাৰৰ ওচৰত দাখিল কৰা হৈছে।

Downloads
TitleSizeDetail
Title Size Detail Status Report of RIDF- 174.63 KBswf-image
Status Report of RIDF- 291.9 KBswf-image
Status Report of RIDF- 377.12 KBswf-image