মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ ভূমি সংৰক্ষণ ভূমি সংৰক্ষ সঞ্চালকালয়

লক্ষ্য আৰু অভিযান

লক্ষ্যঃ

  • ভূমি সংৰক্ষণ আৰু পৃষ্ঠাৰ পানী সংৰক্ষণ কৰাৰ লগতে পৰিবেশৰ ভাৰসাম্য ৰক্ষা আৰু গ্ৰাম্য জীৱনৰ বাবে আয় উত্পন্নকাৰী আঁচনি লোৱা।
  • সকলো ধৰণৰ ভূমি স্খলন ৰোধ কৰা
  • বহনক্ষমভাৱে কৃষি উত্পাদন বৃদ্ধি
  • বৰষুণৰ পানীৰ সদ্ ব্যৱহাৰ আৰু পথাৰৰ মাজত পুখুৰী খন্দা, পানী ওলাব নোৱাৰাকৈ বান্ধ দিয়া, নলা বান্ধ দিয়া আদি।
  • পৰিবেশৰ ভাৰসাম্যতা প্ৰতিষ্ঠা কৰা
  • কাৰিকৰী আৱিস্কাৰ আৰু বহনক্ষম কৃষি কৰ্মৰ যোগেদি সকলোৰে বাবে খাদ্য আৰু সুৰক্ষা।

অভিযান

  • মাটি, পানী আৰু গছ-বিৰিখ সম্পদৰ বহনক্ষম ব্যৱহাৰৰ উন্নত কৰা।
  • জলীয় বাষ্পক আগৰ ঠাইতে ৰখাই জলীয় বাষ্প সংৰক্ষণ আৰু বহনক্ষম কৃষি উত্পাদন
  • কৃষকৰ সামাজিক, অৰ্থনৈতিক মৰ্যাদা উন্নীত কৰা আৰু পাৰিপাৰ্শ্বিক ভাৰসাম্যতা ৰক্ষা কৰা ।
  • উচ্চখাপৰ আৰু বহনক্ষম কৃষি উত্পাদনৰ বাবে মানুহৰ দ্বাৰা বিজ্ঞান আৰু শিক্ষাৰ শক্তি আহৰণ কৰা।
  • জলচ্ছেদ উন্নয়নৰ বাবে নৈৰ পানীৰ পশ্চাদভূমি চিনাক্ত কৰি জলচ্ছেদৰ বিশ্লেষণ আৰু কৰ্মৰাজিৰ বাবে মূল হিচাপে ধৰা।
  • কৌশল আৰু আইনী পৰিকাঠমোৰ উন্নয়ন
  • জলচ্ছেদ উন্নয়ন প্ৰকল্পৰ আঁচনিসমূহ সহজে সমাধা কৰিবৰ জোখেৰ সঠিক প্ৰতিষ্ঠান স্থাপন কৰা।
  • মাটি, পানী, পাৰিপাৰ্শ্বিকতা আৰু পৰিবেশ উপযোগিতাৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে তথ্য বিস্তাৰ কৰা।