মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ ভূমি সংৰক্ষণ ভূমি সংৰক্ষ সঞ্চালকালয়

কাৰ্য্যাৱলী আৰু উদ্দেশ্য

কাৰ্য্যাৱলী

  • বাজেট প্ৰস্তুতি
  • বাৰ্ষিক বিত্তীয় বিৱৰণ প্ৰস্তুতি
  • পুনৰীক্ষণ সভা আহ্বান
  • ডি.চি.পি. সংগঠন
  • ভূমি সংৰক্ষণ বিভাগৰ ৰাজপত্ৰিত বিষয়াবৰ্গৰ বদলি কৰণ।

উদ্দেশ্য

  • সকেলো ধৰণৰ ভূমি স্খলন ৰোধ কৰা।
  • ভূ-ভাগৰ স্বাস্থ্য নষ্ট নকৰাকৈ বহনক্ষম অৱস্থাত কৃষি উত্পাদন বৃদ্ধি কৰা।
  • খেতিৰ মাজত খন্দা পুখুৰী, ওখ বান্ধ দিয়া, নলা বন্ধা, জিৰজিৰীয়া পানী অহা পুখুৰী সদ্ ব্যৱহাৰ
  • প্ৰাকৃতিক সম্পদসমূহ আহৰণ কৰি, সংৰক্ষণ কৰি আৰু উন্নত কৰি পৰিবেশ সংস্থাপন কৰা।
  • নৈৰ তলিৰ পৰা পলস পৰি কৃষি ভূমি আৰু উপত্যকা অঞ্চলত বানপানী সৃষ্টি কৰা সমস্যা কমোৱা।
  • কৃষি ভূমিত বানপানীৰ সময়ত বালি পৰি পোত যোৱা সমস্যা ৰোধ কৰা।