মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ ভূমি সংৰক্ষণ ভূমি সংৰক্ষ সঞ্চালকালয়

ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান যোজনা

২০০৮-২০০৯ চনৰ পৰাই ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান যোজনাখন কাৰ্যকৰী কৰা হয়। ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান যোজনাৰ উদ্দেশ্য আছিল কৃষি উত্পাদন বৃদ্ধ কৰা। ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান যোজনাৰ অধীনলৈ অনা আঁচনিসমূহৰ লক্ষ্য এনেকুৱা আছিলঃ

  • অবিৰাম কৃষি কৰ্মৰ অভ্যাস কৰা লগতে বহনক্ষম হিচাপে শস্যৰ গাঢ়তা বৃদ্ধি।
  • কৃষি খণ্ডত কৃষকক অধিক মুনাফা দিয়া
  • কৃষি ভূমিৰ উৰ্বৰতা কমা ৰোধ কৰা।