মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ ভূমি সংৰক্ষণ ভূমি সংৰক্ষ সঞ্চালকালয়

সংস্থাপন খণ্ড

সংস্থাপন শাখাঃ

নিযুক্তিৰ বাবে প্ৰাৰ্থী নিৰ্বাচনঃ

  • প্ৰথমে বেলেগ বেলেগ পদবীৰ খালি হোৱা ঠাইবোৰ বিচৰা।
  • অনুক্ৰমৰ তালিকা প্ৰস্তুত
  • কৰ্মীসকলৰ পাল পাতি থকা ফদ্দিৰ উন্নয়ন
  • এ.চি.আৰ. সংগ্ৰহ
  • নিৰ্বাচন কমিটিৰ অধ্যক্ষৰ লগত আলোচনা মৰ্মে নিৰ্বাচন কমিটিৰ সদস্যসকলক নিমন্ত্ৰণ
  • নিৰ্বাচন কমিটিৰ আগত সকলো প্ৰয়োজনীয় নথি দাখিল।
  • নিৰ্বাচন কমিটিৰ সিদ্ধান্ত মতে সভাৰ প্ৰস্তাৱ গ্ৰহণ আৰু সেইবোৰ অধ্যক্ষৰ আগত অৰ্পন।

গোচৰ লোৱা/ব্যক্তিগত শুনানি

  • অনুসন্ধান কৰিবলৈ সঞ্চালকৰ পৰা লিখিত পৰামৰ্শ
  • অভিযোগ
  • কৈফিয়ত তলব/উত্তৰ
  • পৰৱৰ্তী কাৰণ দৰ্শোৱা জাননী/উত্তৰ
  • সন্তোষজনক উত্তৰ দিবলৈ অতিৰিক্ত সময়।

দৰমহাৰ বাৰ্ষিক বৃদ্ধি আৰু স্থানান্তৰ/প্ৰমোচনৰ বাবে তথ্যপাতিৰ পৰীক্ষা/দৰ্মহা সংশোধন

  • কৰ্মচাৰীজনৰ নাম/ব্যক্তিগত ফাইল
  • চাৰ্ভচ বুক
  • স্থানান্তৰৰ আদেশপত্ৰ
  • পদোন্নতিৰ আদেশ পত্ৰ
  • ROP

ছুটি মঞ্জুৰ আৰু চাৰ্ভিচ বুক/ ছুটি মঞ্জুৰীৰ বহী উন্নীত কৰণ

  • কৰ্মচাৰীৰ নাম/ব্যক্তিগত ফাইল
  • চাৰ্ভিচ বুক
  • ছুটি মঞ্জুৰীৰ বহী

সঞ্চালকৰ জৰিয়তে ৩য় বৰ্গ আৰু ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ স্থানন্তৰ

  • বিতৰণৰ তালিকা
  • খালি হোৱা পদৰ তালিকা
  • কৰ্মচাৰীৰ নাম/ব্যক্তিগত ফাইল
  • চাৰ্ভিচ বুক

সঞ্চালকৰ জৰিয়তে বিষয়া আৰু কৰ্মচাৰীক বেলেগ বেলেগ প্ৰশিক্ষণৰ বাবে মনোনীতকৰণঃ

  • কৰ্মচাৰীৰ নাম/ব্যক্তিগত ফাইল
  • শিক্ষাগত অৰ্হতাৰ প্ৰতিবেদন
  • বৰ্তমানে থকা পদবীত হোৱা অভিজ্ঞতা

ভৱিষ্য নিধিৰ পৰা আগধন/ এল টি চি ৰ বাবে অনুমোদন/প্ৰেৰণ কাৰ্য

  • দৰ্মহাৰ বিৱৰণ
  • বাৰ্ষিক ভবিষ্যনিধিৰ বৰঙণিৰ বিৱৰণ
  • আগতে ভবিষ্যনিধিৰ পৰা লোৱা আগধন আৰু তাৰে ধাৰ সুজাৰ বিৱৰণ (যদিহে আছে)
  • কৰ্মচাৰীৰ নাম/ব্যক্তিগত ফাইল
  • চাৰ্ভিচ বুক

দিনলিপিৰ পৰীক্ষণ আৰু অনুমোদন

  • অধঃস্তন বিষয়া আৰু কৰ্মচাৰীৰ পষেকীয়া দিনলিপি
  • দিনলিপিৰ বহী

স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ জৰিয়তে চৰকাৰলৈ প্ৰয়োজনীয় অনুমোদনৰ বাবে যোগাযোগ

  • সঞ্চালকৰ জৰিয়তে প্ৰয়োজনীয় অনুমোদন পাবলৈ চৰকাৰৰ লগত যোগাযোগ
  • মেডিকেল বোৰ্ডৰ অনুমোদন
  • ব্যৱস্থাপত্ৰ আৰু আনুষঙ্গিক ভাউচাৰে সৈতে মেডিকেলৰ পঞ্জীয়ন কাৰ্ড
  • স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ দ্বাৰা গ্ৰাহ্য হোৱা প্ৰতিবেদন।