সংস্থাপন খণ্ড
সংস্থাপন শাখাঃ
নিযুক্তিৰ বাবে প্ৰাৰ্থী নিৰ্বাচনঃ
- প্ৰথমে বেলেগ বেলেগ পদবীৰ খালি হোৱা ঠাইবোৰ বিচৰা।
- অনুক্ৰমৰ তালিকা প্ৰস্তুত
- কৰ্মীসকলৰ পাল পাতি থকা ফদ্দিৰ উন্নয়ন
- এ.চি.আৰ. সংগ্ৰহ
- নিৰ্বাচন কমিটিৰ অধ্যক্ষৰ লগত আলোচনা মৰ্মে নিৰ্বাচন কমিটিৰ সদস্যসকলক নিমন্ত্ৰণ
- নিৰ্বাচন কমিটিৰ আগত সকলো প্ৰয়োজনীয় নথি দাখিল।
- নিৰ্বাচন কমিটিৰ সিদ্ধান্ত মতে সভাৰ প্ৰস্তাৱ গ্ৰহণ আৰু সেইবোৰ অধ্যক্ষৰ আগত অৰ্পন।
গোচৰ লোৱা/ব্যক্তিগত শুনানি
- অনুসন্ধান কৰিবলৈ সঞ্চালকৰ পৰা লিখিত পৰামৰ্শ
- অভিযোগ
- কৈফিয়ত তলব/উত্তৰ
- পৰৱৰ্তী কাৰণ দৰ্শোৱা জাননী/উত্তৰ
- সন্তোষজনক উত্তৰ দিবলৈ অতিৰিক্ত সময়।
দৰমহাৰ বাৰ্ষিক বৃদ্ধি আৰু স্থানান্তৰ/প্ৰমোচনৰ বাবে তথ্যপাতিৰ পৰীক্ষা/দৰ্মহা সংশোধন
- কৰ্মচাৰীজনৰ নাম/ব্যক্তিগত ফাইল
- চাৰ্ভচ বুক
- স্থানান্তৰৰ আদেশপত্ৰ
- পদোন্নতিৰ আদেশ পত্ৰ
- ROP
ছুটি মঞ্জুৰ আৰু চাৰ্ভিচ বুক/ ছুটি মঞ্জুৰীৰ বহী উন্নীত কৰণ
- কৰ্মচাৰীৰ নাম/ব্যক্তিগত ফাইল
- চাৰ্ভিচ বুক
- ছুটি মঞ্জুৰীৰ বহী
সঞ্চালকৰ জৰিয়তে ৩য় বৰ্গ আৰু ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ স্থানন্তৰ
- বিতৰণৰ তালিকা
- খালি হোৱা পদৰ তালিকা
- কৰ্মচাৰীৰ নাম/ব্যক্তিগত ফাইল
- চাৰ্ভিচ বুক
সঞ্চালকৰ জৰিয়তে বিষয়া আৰু কৰ্মচাৰীক বেলেগ বেলেগ প্ৰশিক্ষণৰ বাবে মনোনীতকৰণঃ
- কৰ্মচাৰীৰ নাম/ব্যক্তিগত ফাইল
- শিক্ষাগত অৰ্হতাৰ প্ৰতিবেদন
- বৰ্তমানে থকা পদবীত হোৱা অভিজ্ঞতা
ভৱিষ্য নিধিৰ পৰা আগধন/ এল টি চি ৰ বাবে অনুমোদন/প্ৰেৰণ কাৰ্য
- দৰ্মহাৰ বিৱৰণ
- বাৰ্ষিক ভবিষ্যনিধিৰ বৰঙণিৰ বিৱৰণ
- আগতে ভবিষ্যনিধিৰ পৰা লোৱা আগধন আৰু তাৰে ধাৰ সুজাৰ বিৱৰণ (যদিহে আছে)
- কৰ্মচাৰীৰ নাম/ব্যক্তিগত ফাইল
- চাৰ্ভিচ বুক
দিনলিপিৰ পৰীক্ষণ আৰু অনুমোদন
- অধঃস্তন বিষয়া আৰু কৰ্মচাৰীৰ পষেকীয়া দিনলিপি
- দিনলিপিৰ বহী
স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ জৰিয়তে চৰকাৰলৈ প্ৰয়োজনীয় অনুমোদনৰ বাবে যোগাযোগ
- সঞ্চালকৰ জৰিয়তে প্ৰয়োজনীয় অনুমোদন পাবলৈ চৰকাৰৰ লগত যোগাযোগ
- মেডিকেল বোৰ্ডৰ অনুমোদন
- ব্যৱস্থাপত্ৰ আৰু আনুষঙ্গিক ভাউচাৰে সৈতে মেডিকেলৰ পঞ্জীয়ন কাৰ্ড
- স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ দ্বাৰা গ্ৰাহ্য হোৱা প্ৰতিবেদন।